We a good story
Quick delivery in the UK

অপৈণত

About অপৈণত

এই অনুভৱৰ সংগ্ৰহ খনত মোৰ দ্বাৰাই এসোপামান অনুভৱৰ অপৈণত প্ৰকাশ কৰা গৈছে। হেপাঁ]হ সকলোৰে বৰ প্ৰিয়, সেই হেঁপাহৰ আহ্বান মৰ্মে অনুভৱবোৰ দুই-এটা শব্দৰে সজাইছোঁ। মোৰ মনত বৰ উন্নত নহয় বাবে অপৈণত নামটো ৰাখিছোঁ, কেতিয়াবা স্মৃতিৰ অনুভৱ বিচাৰি নাপালে এই পৃষ্ঠাবোৰ লুটিয়াই ৰোমন্থন কৰাৰ ইচ্ছা আছে,সেইবাবে ভুল শুদ্ধ বিচাৰ নকৰি যিদৰে আছে সেইদৰেই ইয়াত অনুভৱবোৰ সজাই থোৱা হৈছে.. জীৱনে আজিলৈ বহুখিনি শিকাইছে, অনুভৱ কৰাৰ দৰেই কবিতাত প্ৰকাশ কৰাৰ চেষ্টা কৰি কৰি গৈ আছোঁ, কিমানখিনি সফল হৈ আছে মোৰ সেই প্ৰচেষ্টা, মই হয়তো ভালকৈ তাকো হৃদয়ংগম কৰিব নোৱাৰিম..কিন্তু সেই প্ৰচেষ্টাৰ কোনোবাখিনিত মোৰ প্ৰেম লুকাই আছে বাবেই অনুভৱ প্ৰকাশৰ নৈ বৈ গৈ আছে..সেই নৈখনক সাগৰৰ লগত চিনাকি কৰি দিব পাৰিলেহে কোনোবাখিনিত সফল অনুভৱ কৰিম... অবিনাশ কলিতা

Show more
  • Language:
  • Assamese
  • ISBN:
  • 9789356678644
  • Binding:
  • Paperback
  • Published:
  • August 5, 2023
  • Dimensions:
  • 127x203x5 mm.
  • Weight:
  • 95 g.
Delivery: 1-2 weeks
Expected delivery: October 11, 2024

Description of অপৈণত

এই অনুভৱৰ সংগ্ৰহ খনত মোৰ দ্বাৰাই এসোপামান অনুভৱৰ অপৈণত প্ৰকাশ কৰা গৈছে। হেপাঁ]হ সকলোৰে বৰ প্ৰিয়, সেই হেঁপাহৰ আহ্বান মৰ্মে অনুভৱবোৰ দুই-এটা শব্দৰে সজাইছোঁ। মোৰ মনত বৰ উন্নত নহয় বাবে অপৈণত নামটো ৰাখিছোঁ, কেতিয়াবা স্মৃতিৰ অনুভৱ বিচাৰি নাপালে এই পৃষ্ঠাবোৰ লুটিয়াই ৰোমন্থন কৰাৰ ইচ্ছা আছে,সেইবাবে ভুল শুদ্ধ বিচাৰ নকৰি যিদৰে আছে সেইদৰেই ইয়াত অনুভৱবোৰ সজাই থোৱা হৈছে.. জীৱনে আজিলৈ বহুখিনি শিকাইছে, অনুভৱ কৰাৰ দৰেই কবিতাত প্ৰকাশ কৰাৰ চেষ্টা কৰি কৰি গৈ আছোঁ, কিমানখিনি সফল হৈ আছে মোৰ সেই প্ৰচেষ্টা, মই হয়তো ভালকৈ তাকো হৃদয়ংগম কৰিব নোৱাৰিম..কিন্তু সেই প্ৰচেষ্টাৰ কোনোবাখিনিত মোৰ প্ৰেম লুকাই আছে বাবেই অনুভৱ প্ৰকাশৰ নৈ বৈ গৈ আছে..সেই নৈখনক সাগৰৰ লগত চিনাকি কৰি দিব পাৰিলেহে কোনোবাখিনিত সফল অনুভৱ কৰিম... অবিনাশ কলিতা

User ratings of অপৈণত



Find similar books
The book অপৈণত can be found in the following categories:

Join thousands of book lovers

Sign up to our newsletter and receive discounts and inspiration for your next reading experience.